During an Assembly session last month, all legislators across party lines strongly urged the Centre to settle the issue at the earliest as Assembly elections are due early next year.
কোনো অসাধু চক্ৰই ধেমাজি নলনিপাম পুথিভঁৰালৰ নামত থকা ১৯০ নং দাগৰ চাৰি কঠা সাত লোচা মাটি বেদখল কৰিবলৈ চেষ্টা কৰা কাৰ্যক কমিটিখনে ধিক্কাৰ দিয়ে ৷
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে হাঁহচৰা আৰু ডাঙৰী-এই দুখন চাহ বাগিচাৰ বিদ্যালয় দুখন উদ্বোধন কৰে ।
অধ্যয়নটো ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিটি) দিল্লী কেন্দ্ৰিক আছিল আৰু ২০ অক্টোবৰ ২০১৯ ৰ পৰা ৩১ অক্টোবৰ ২০১৯ লৈ সম্পন্ন কৰা হৈছিল।
গৰ্ভাঙ্গা বন সংৰক্ষিত অঞ্চললৈ ট্ৰেংকুলাইজড কৰি লৈ যোৱা হয়।
চচ্ছলৰ খেলপথাৰত এক প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰে।
May 26, 2022