In view of surge in COVID 19 positive cases in the state, Assam government has issued fresh guidelines to be followed by the people for their safety.
শিক্ষা বিভাগে পৰৱৰ্তী সময়ত পৃথকে ক'ভিডৰ গাইডলাইন প্ৰকাশ কৰিব।
চুপাৰ মাৰ্কেট, সাপ্তাহিক বজাৰ আদি সকলো বাণিজ্যক ঠাইসমূহ সন্ধিয়া ৬ বজাত বন্ধ কৰাটো বাধ্যতামূলক।
অন্ত্যেষ্টিক্ৰিয়া / অন্তিম সংস্কাৰ সম্পৰ্কীয় সমাৱেশত প্ৰতিজন মৃতকৰ বাবে ২০ জনতকৈ অধিক ব্যক্তি হ'ব নালাগে ।
ভকতৰাম পুখুৰী পাৰত ডাঃ ভূমিধৰ বৰ্মনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন:মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
মৰিয়নিত কুম্ভমেলাৰ পৰা অহা ১৬ তীৰ্থ যাত্ৰীৰ দেহত কভিড ১৯
ত্ৰিপুৰাৰ নীৰমহল ব্ৰেণ্ডৰ চাহে এতিয়া ডেনমার্কৰ বজাৰ দখল কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে
এই সময়ছোৱাত প্ৰয়োজনীয় সেৱাসমূহ অৱশ্যে ব্যাহত ক'ৰা নহ'ব।
হিমাচল প্ৰদেশত বন্ধ হ’ল সকলো শিক্ষা প্রতিষ্ঠান
এই সময়ছোৱাত চিকিৎসা আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা সমূহ অব্যাহত ৰখা হ'ব।
April 20, 2021