অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত
দক্ষিণ জিলাৰ শ্ৰীনগৰ আৰু চেপাহিজালা জিলাৰ কমলাসাগৰকে ধৰি দুখন সীমান্ত হাটৰ জৰিয়তেও বাংলাদেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক স্থাপন কৰা হৈছে ।
দলীয় মঞ্চত তেওঁ সদায় সক্ৰিয় আছিল আৰু তেওঁক গুৰুত্বপূৰ্ণ নিযুক্তিত পৰামৰ্শ দিয়া হৈছিল ৷
১১ জনীয়া সমিতিখনত অন্তৰ্ভুক্ত হ’ল কেন্ত্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম।
পৰীক্ষাৰ পৱিত্ৰতা বজাই ৰখাত কোনোধৰণৰ আপোচ কৰা নহ’ব।
পষেকীয়া কৃষি পত্ৰিকা ' ঘৰে পথাৰে ' ৰ ই সংস্কৰণ মুকলি .
সেৱা প্ৰদৰ্শন কৰে
ভ্ৰাম্যমাণৰ মঞ্চ কপাব সাজু হৈছে
অভিযোগপত্ৰত সংলগ্ন কৰা হৈছে
August 15, 2022