মাচুল আদায় কৰিলে আইনগতভাবে তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।
৬০ দিনৰ ভিতৰত গোচৰৰ অভিযোগনামা দিয়াৰ অংগীকাৰ জি পি সিঙৰ।
কিন্তু আৰক্ষীয়ে সেয়া একো নকৰি কেৱল চাই থাকিল।
বৰপেটাত চলোৱা তালাচীৰ সময়ত এন আই এৰ দলটোৱে প্ৰশিক্ষণ আৰু অন্যান্য আপত্তিজনক নথিপত্ৰ প্ৰদানৰ বাবে ব্যৱহৃত জেহাদী সম্পৰ্কীয় পুথি জব্দ কৰে বুলি জানিব পৰা হৈছে ।
থানা চৌহদৰ ভিতৰতে মৰিয়াই মৰিয়াই যুৱকজন আৰক্ষীয়ে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।আৰক্ষীক প্ৰহাৰ কৰাৰ লগতে থানাত অগ্নিসংযোগ কৰে।
এই সমগ্ৰ ঘটনাৰ ওপৰত এখন চলচ্চিত্ৰও নিৰ্মান কৰা হৈছে যাৰ নাম 'এলাইভ'।
May 23, 2022