এই বছৰ ২৬ জন বিদেশী সন্ত্ৰাসবাদীক (১৪ জেইএম আৰু ১২ এল ই টি) হত্যা কৰা হৈছে।
ড্ৰ'নৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হ'ব
ব্যক্তিগত কাৰণত পদত্যাগ কৰিছে
বিৰাটে ৰাণৰ হাৰ বৃদ্ধি কৰিবলৈ গৈ আউট হৈছিল।কিন্তু ৰজতে নিজৰ সংযমতা বজাই ৰাখিছিল।
শিক্ষা বিভাগত ২৮ হাজাৰ অনুমোদিত খালী পদ থকা সত্ত্বেও বিভাগটোৱে বিতর্কহীন,স্বচ্ছ নিযুক্তি প্রদানত ব্যৰ্থতাৰ পৰিচয় দাঙি ধৰিছে।
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ৰূপৰেখা হৈছে বিদ্যালয় এৰা শিশুসকলক পুনৰ নামভৰ্তি কৰোৱা আৰু তাৰ বাবে প্রতিকাৰমূলক শিক্ষা দিবই লাগিব।
উপায়ুক্ত গৰাকীয়ে বান পীড়িত এলেকাৰ পৰিস্থিতি বুজ লবৰ বাবে বোকা-পানীয়ে খোজ কাঢ়ি আন্তৰিকতাৰে নিজ কাৰ্য পালন কৰি গৈছে।
পতাকাখন সঁচাকৈয়ে পাকিস্তানৰ ফালৰ পৰা দৃশ্যমান, কিন্তু ইয়াক লাহোৰৰ পৰা নহয়।
শাস্তিৰ ৰায় জাৰি হোৱাৰ পিছত, ইছলামবাদীসকলে শাস্তিৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ প্ৰদৰ্শন কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল।
এই সংক্ৰান্তীয় এক গোচৰো পঞ্জীয়ন কৰা হৈছে আৰু ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে।
May 26, 2022