গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু ছৈয়দলৈ এই স্বীকৃতি প্ৰদান কৰিলে কেবিনেটে।
মাত্ৰ ১৬০০০ টকা দিয়া সিদ্ধান্তই কিধৰণে ছাত্ৰ ছাত্ৰীক সহায় কৰিব সেয়া পিছলৈহে গম পোৱা যাব।
দিচপুৰৰ পিডব্লিউডি কনভেনচন এণ্ড ট্ৰেইনিং চেণ্টাৰত চাইক্লিং এছ'চিয়েচন অফ আছামৰ সদস্যসকলে সম্বৰ্ধনা জনায়।
বেয়াৰষ্ট'ক প্ৰথম ইনিংছত কেচ আউট কৰাৰ পিছত কেমেৰাবোৰে কোহলীৰ চুম্বন কৰি উল্লাস কৰা ভিডিঅ' ধৰা পেলাইছিল।
প্ৰস্তুত কৰিবলৈ অস্বীকাৰ কৰিছে
লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন কৰে
সংশ্লিষ্ট বিষয়াসকলক এএছটিচিৰ সকলো বাছৰ বিশ্লেষণ কৰি ইয়াৰ বৰ্তমান অৱস্থাৰ সম্পৰ্কে অতি সোনকালে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।
July 6, 2022