মেঘালয়লৈ গৈ আছিল
কুকুৰটোক হালধিৰ পানীৰে গা ধুৱাইছিল আৰু নতুন কাপোৰত মেৰিয়াই দিছিল।
লেনজ ২০ এম জি কেপছুলৰ একোটা ষ্টিপৰ দাম পূর্বতে ৫৫.৫২ টকা আছিল যদিও এতিয়া হৈছেগৈ ৬১.৪৮ টকা।
কেৱল মন্ত্ৰীসকলেহে বিনামূলীয়া বিদ্যুৎ লাভ কৰিব লাগে নেকি বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীজনে কয় যে সাধাৰণ জনতাই বিনামূলীয়াকৈ বিদ্যুৎ আৰু শিক্ষা লাভ কৰাত একো ভুল হ'ব নোৱাৰে।
বৃহৎ পৰিমাণৰ প্ৰটিন গ্ৰহণ কৰে
৬০ বছৰীয়া সঞ্জয় ৰাউত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ অতি ঘনিষ্ঠ আছিল।
শিৱসাগৰৰ এগৰাকী আৰ টি আই কৰ্মীৰ আৱেদনত শিৱসাগৰ জিলাত স্বাস্থ্য বিভাগৰ এনে সংঘটিত হোৱাৰ তথ্য উন্মোচন হৈছিল।
৪০ টা আন্তঃৰাষ্ট্ৰীয় দূতাবাস আছে
এই প্রতিযোগিতাৰ প্ৰতিটো গ্ৰুপৰ শীৰ্ষ চাৰিটা স্থান লাভ কৰা খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া মূল পর্বত খেলাৰ সুযোগ লাভ কৰিব ৷
কণীৰ সোৱাদ সলনি নহয়
August 10, 2022