কামৰূপ জিলা প্ৰশাসনে আজি ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ দুখন বিদ্যালয় - নুনমাটিৰ অসম জাতীয় বিদ্যালয় আৰু বেতকুচিৰ এন পি এচ ইণ্টাৰনেচনেল স্কুল - আজিৰ পৰা এসপ্তাহলৈ বন্ধ কৰি দিছে।
৮ বছৰৰ অধিক বয়সৰ সকলোৱে ভেকছিন ল'বলৈ যোগ্য হ'ব।
April 20, 2021