বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছে
কোম্পানীটোৱে জনোৱা মতে, বৃদ্ধি পোৱা খৰচৰ পৰিপ্ৰেক্ষিতত গাখীৰৰ মূল্য বৃদ্ধি কৰা হৈছে।
বাল্যবিবাহত জড়িত স্বামীৰ সন্ধানত চলিছে মাৰাথন অভিযান৷
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে হোজাইতো আৰক্ষীয়ে অভিযান চলাই মহকুমাটোৰ বিভিন্ন স্থানৰ পৰা ৩০ ৰো অধিক লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷
ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ যুদ্ধংদেহী তৎপৰতা ৷
এই অভিযানত বাল্য বিবাহৰ লগত জড়িত মুঠ ৩৬ গৰাকীকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় বিলাসীপাৰা আৰু শালকোচা আৰক্ষী ।
অসমৰ ৩৬ খন জিলাৰ ভিতৰত বাল্য বিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত ৰুজু হৈছে সৰ্বাধিক গোচৰ । দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হোজাই আৰু ওদালগুৰি জিলা ।
পাইপলাইন কামৰ অগ্ৰগতিৰ বুজ লয়
কোনোধৰণৰ নথি পোৱা নগ'ল
নিজেই প্ৰস্তুতি চলাই আছে
February 1, 2023