কুইজৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা দলসমূহে ট্ৰফীসহ ক্ৰমে ৫০০০, ৩০০০ আৰু ২০০০ টকাৰ নগদ ধন পুৰস্কাৰ হিচাপে লাভ কৰাৰ লগতে মূল পৰ্যায়লৈ উত্তীৰ্ণ হোৱা আন ৫ টা দলক মানপত্ৰসহ ৫০০ টকাকৈ আগবঢ়োৱা হয়।
উল্লেখযোগ্য যে, ১০৬ নং সোণাৰি সমষ্টিৰ অন্তৰ্গত মুঠ ১,৮২,৯০০ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ৯১,২৪৮ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ৯১,৬৫২ গৰাকী।
ভাওনা উপভোগ কৰিবলৈ অহা প্ৰতিজন লোকেই প্ৰশংসাৰে উপচাই পেলায় শিল্পী কলা কৌশলী সকলক।
আছাম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নে সেই অঞ্চলত আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই উদ্ধাৰ কৰে এই সমূহ গাঞ্জা ।
১০০ কোটিৰ ওপৰত উপাৰ্জন কৰে
কিছু নিলগত পাইপলাইন আছে
ৰডেৰে প্ৰহাৰ কৰি হত্যা কৰে
ইয়াৰে প্ৰত্যুত্তৰত শুকুৰবাৰে এবিভিপিৰ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় চৌহদত 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰদৰ্শন কৰাৰ কথা মনস্থ কৰে। এই ঘোষণাৰ পিছতে দুয়োটা ছাত্ৰ গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ।
যুৱতীগৰাকী চিকিৎসাধীন অৱস্থাত আছে
January 26, 2023