শিক্ষা বিভাগত ২৮ হাজাৰ অনুমোদিত খালী পদ থকা সত্ত্বেও বিভাগটোৱে বিতর্কহীন,স্বচ্ছ নিযুক্তি প্রদানত ব্যৰ্থতাৰ পৰিচয় দাঙি ধৰিছে।
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ৰূপৰেখা হৈছে বিদ্যালয় এৰা শিশুসকলক পুনৰ নামভৰ্তি কৰোৱা আৰু তাৰ বাবে প্রতিকাৰমূলক শিক্ষা দিবই লাগিব।
উপায়ুক্ত গৰাকীয়ে বান পীড়িত এলেকাৰ পৰিস্থিতি বুজ লবৰ বাবে বোকা-পানীয়ে খোজ কাঢ়ি আন্তৰিকতাৰে নিজ কাৰ্য পালন কৰি গৈছে।
পতাকাখন সঁচাকৈয়ে পাকিস্তানৰ ফালৰ পৰা দৃশ্যমান, কিন্তু ইয়াক লাহোৰৰ পৰা নহয়।
শাস্তিৰ ৰায় জাৰি হোৱাৰ পিছত, ইছলামবাদীসকলে শাস্তিৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ প্ৰদৰ্শন কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল।
এই সংক্ৰান্তীয় এক গোচৰো পঞ্জীয়ন কৰা হৈছে আৰু ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে।
খানে পঞ্জাৱত প্ৰৱেশ কৰাৰ আগতে হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে খাইবাৰ পাখতুনখোৱাৰ পৰা তেওঁৰ দীঘলীয়া পদযাত্ৰা আৰম্ভ কৰিছিল।
স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা অধিক হয়
উপকাৰৰ সলনি অপকাৰহে হ'ব
ক'ভিডৰ ঢৌ আহিব জাৰ্মানিত
May 26, 2022