গুৱাহাটীৰ পৰা অহা বেচৰকাৰী সংস্থাটোৱে ঠাই দুখনৰ ক্ষতি হোৱা অঞ্চল পৰিদৰ্শন কৰে আৰু বানে ক্ষতি কৰা গঞা ৰাইজক কিঞ্চিৎ সহায় কৰে ।
ক্ৰমাৎ কংগ্ৰেছশূন্য হোৱাৰ দিশে আগবাঢ়িছে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টি।
হায়দৰাবাদত এটি নামঘৰ স্থাপন কৰিবলৈ এটুকুৰা মাটিৰ ব্যৱস্থা কৰিবলৈও দাবী উত্থাপন কৰিছে পলাশ বৰুৱাই।
July 4, 2022