সৰ্থেবাৰীত প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ সফল সামৰণি
কুইজৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা দলসমূহে ট্ৰফীসহ ক্ৰমে ৫০০০, ৩০০০ আৰু ২০০০ টকাৰ নগদ ধন পুৰস্কাৰ হিচাপে লাভ কৰাৰ লগতে মূল পৰ্যায়লৈ উত্তীৰ্ণ হোৱা আন ৫ টা দলক মানপত্ৰসহ ৫০০ টকাকৈ আগবঢ়োৱা হয়।
Read More