উল্লেখযোগ্য যে, ১০৬ নং সোণাৰি সমষ্টিৰ অন্তৰ্গত মুঠ ১,৮২,৯০০ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ৯১,২৪৮ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ৯১,৬৫২ গৰাকী।
Read Moreমহিলাৰ একক শাখাত প্রাক্তন দ্বিতীয় স্থানৰ খেলুৱৈ আৰিয়না ছাবালেংকাৰ জয়যাত্রা অব্যাহত আছে। ইফালে খিতাপ জয় অন্যতম দাবীদাৰ কেৰ'লিনা পিলিছকভাৰ অভিযান সমাপ্ত হৈছে। চেক গণৰাজ্য প্লিজকভা মেগড়া লিনিটে হাতত পৰাজিত হয়।
Read More