পূৰ্ণ গতিত অভিযান চলাই আছে
উদ্ধাৰ অভিযান চলাই থকা হৈছে
Around 10 columns of defence personnel have been pressed into the search operation
ৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক
মণিপুৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিছে
মৃতকৰ বাবে মোৰ প্ৰাৰ্থনা আৰু শোকসন্তপ্ত সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।
বাঢ়নী পানীত ডুব গল পহুমৰা-পকণীয়া সংযোগী গড়কাপ্তানি পথ৷ যাতায়ত বন্ধ৷ শ-শ বিঘা পকা বড়োধান পানীৰ তলত৷ কৃষকৰ হাহাঁকাৰ ৷ বানৰ ২৪ ঘণ্টাৰ পিছটো বান সাহায্য দিয়া নাই বানপীড়িতক৷
August 7, 2022