অসমৰ ৰাইজে 'কা' মনা নাই, অসম আৰু উত্তৰ–পূৰ্বাঞ্চলে অবৈধ বিদেশী বোজা নলয়।
Read MoreThis decision of the UGC, coming in response to the representations received from the central universities of north-east and the NER State Governments and in compliance with the Ministry of Education, Government of India communiqué
Read Moreঅনুষ্ঠানটোৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "যোগ আমাৰ জীৱন সমৃদ্ধ কৰাৰ এক সুন্দৰ উপায়। ই শাৰীৰিক-মানসিক উৎকর্ষ সাধনৰ লগতে আমাৰ আধ্যাত্মিক চেতনাশক্তিক উজ্জীৱিত কৰাতো সহায় কৰে। গেংটকৰ মনমুগ্ধকৰ প্ৰকৃতিৰ মাজত ঐতিহাসিক এনচে মঠত যোগ প্ৰদৰ্শনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মই অতিশয় আপ্লুত হৈছোঁ।"
Read More