শিক্ষা বিভাগলৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ।প্ৰথমৰ পৰা নৱম শ্ৰেণীলৈ সকলো শিক্ষাৰ্থীক উত্তীৰ্ণ কৰি দিয়াৰ নিৰ্দেশ।
ৰাজনৈতিক দলসমূহক গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে স্থিতি স্পষ্ট কৰিবলৈ আহবান সদৌ অসম ছাত্ৰসন্থাৰ
সেই অনুসৰি, কালি আৰু আজি দিনটোৰ ভিতৰত এই কেওটা বিধান সভা সমষ্টিৰ মুঠ ৩৮ গৰাকী ব্যক্তিয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে ।
এই বৈঠকতে অগপ আৰু ইউপিপিএলক কোন কেইটা সমষ্টি বিজেপিয়ে এৰি দিব চূড়ান্ত কৰা হ’ব।এই তালিকা বিজেপিয়ে ৫ মাৰ্চত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰিব।
মতাপুং মাগুৰি বিলৰ বুকুৰ পৰা তৈল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬ নং লাইনত বিলৰ নিচেই কাষতে অইলে খাদ সম্প্ৰসাৰণৰ পূৰ্ণ প্ৰস্তুতি চলোৱা বিষয়টোত সদৌ মৰাণ ছাত্ৰ সন্থা ক্ষোভিত হৈ পৰিছে।
ভাৰতৰ নিৰ্বাচন আয়োগে অৰবিন্দ শৰ্মাক (আই আৰ এ এছ) তিনিচুকীয়াৰ নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে।
March 4, 2021