গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত কটকটীয়া হৈছে কভিড পৰীক্ষাৰ ব্যৱস্থা
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অনলাইন পদ্ধতিৰে পাতিবলৈ কটনীয়ান জাগৰণ মঞ্চৰ দাবী
প্ৰবাদপ্ৰতিম শিল্পী বেণু মিশ্ৰ বিষয়ক গ্ৰন্থ ‘বেণু মিশ্ৰৰ দেশ আৰু কাল’ উন্মোচন
৭ দিনৰ বাবে হোম কোৱৰেন্টিনত থকাটো বাধ্যতামূলক কৰা হৈছে।
জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে বহু আধুনিক গীত উপহাৰ দিয়া এইগৰাকী কণ্ঠশিল্পীৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন হৈ পৰিছিল শিল্পীসকলৰ লগতে সমগ্ৰ অসমবাসী।
বঙাইগাঁৱত উদ্ধাৰ হোৱা নৱজাতকক শিশু সুৰক্ষা বিষয়ালৈ হস্তান্তৰঃ উদ্ধাৰ হোৱা শিশুটিত তুলি ল’বলৈ হাস্পতালত সন্তানহীন দম্পতিৰ ভিৰ৷
"ভেড়িয়া"ৰ পৰিচালক অমৰ কৌশিকক প্ৰশংসা কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ উচ্চ প্ৰশংসা কৰে ।
সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব অহা ২ মে' ত । তেনে পৰিপ্ৰেক্ষিতত বিৰোধী কংগ্ৰেছ পাৰ্টিয়ে দাবী কৰিছে যে ৰাজ্যত অহা জুন আৰু জুলাই মাহৰ দৰমহা দিব পৰাকৈ পৰ্য্যাপ্ত ধন নাই ।
পৰিস্থিতি জটিল হ’লে হাইস্কুল শিক্ষান্ত আৰু উচ্চতাৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা বাতিল কৰা হ’ব।
বৃহস্পতিবাৰৰ নিশাৰ পৰা আৰম্ভ হ'ব লগীয়া এই কাৰফিউৰ সময় নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ হ'ব।
April 22, 2021