চলিত বৰ্ষৰ ৰাজ্যখনত গঁড় হত্যাৰ এইটো প্ৰথম ঘটনা
বিখ্যাত বাংলা কবি শংখ ঘোষৰ মৃত্যু
ৰাজ্যখনত তেওঁলোকৰ চলাচলত সুবিধা নিশ্চিত কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ কেন্দ্ৰসমূহলৈ অক্সিজেন দ্ৰুতভাৱে প্ৰদান কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে ।
লাকুৱা তেল ক্ষেত্ৰৰ পৰা অ'এনজিচিৰ তিনিজন কৰ্মচাৰীক অপহৰণ কৰাৰ সন্দৰ্ভত আলফা(স্বা)ই স্বীকাৰ কৰিলে
অৱশ্যে ৬ বজাৰ পাছতো খাদ্যৰ হোম ডেলিভাৰী সেৱা অব্যাহত ৰাখিব পাৰিব।
ৰাজ্য চৰকাৰে মহামাৰীৰ দ্বিতীয় ঢৌৰ মোকাবিলা কৰিবলৈ মঙলবাৰে নতুন নিৰ্দেশনা জাৰি কৰিলে ।
ভিতালী দাসৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন হৈ পৰিছে শিল্পীসকলৰ লগতে সমগ্ৰ অসমবাসী।
সকলো যোগ্য ব্যক্তিকে ক'ভিড-১৯ৰ ভেকচিন প্ৰদান কৰিবলৈ এক বৃহৎ পৰিমানৰ ভেকচিনৰ প্ৰয়োজন হ’ব।
অপহৰণ কাণ্ডৰ পিছত এতিয়া শোকাকূল পৰিৱেশ বিৰাজমান কৰিছে তিনিওজনৰে ঘৰত ।
টুইটাৰযোগে কণ্ঠশিল্পী জুবলী বৰুৱাই সকলোকে ভিতালী দাস সোনকালে সুস্থ হোৱাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে।
April 22, 2021