গুৱাহাটী বিমানকোঠত স্বাধীনতা কালৰ অখ্যাত সৈনিক সকলক স্মৰণ
এই পৰিকল্পনা আদানী এয়াৰপৰ্ট হোল্ডিং লিমিটেডৰ ফালৰ পৰা যুগুত কৰা হৈছে। গুৱাহাটীৰ উপৰিও মুম্বাই, আহমেদাবাদ, মাংগালোৰ, জয়পুৰ, লক্ষ্নৌ আৰু তিৰবানথাপুৰমতো এই ঘোষণাৰে সজাগতা অভিযান চলাই থকা হৈছে।
Read More