এই ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মাৰ প্ৰচেষ্টাত ইতিমধ্যে যোৰহাট নগৰৰ মাজমজিয়াৰ নেহেৰু পাৰ্কস্থিত নলীনাদটোৰ পানী ভূগৰ্ভত সংস্থাপনৰ প্ৰথম প্ৰকল্পটো আৰম্ভ হৈছে
পূৰ্ণ গতিত অভিযান চলাই আছে
পানী যোগান ধৰা হ'ব
মণ্টু মণিৰ জনপ্ৰিয় গীত ‘চেলফী লে লে ৰে’ ৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰা কিশোৰে কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ লগতে অসমীয়া ছবিতো অভিনয় কৰিছিল।
ইটা আৰু বিয়েৰৰ বটল লৈ হোষ্টেলটোৰ কোঠাৰ দুৱাৰ-খিৰিকীৰ গ্লাছ ভঙাৰ লগতে যথেষ্ট ক্ষতি কৰাৰ অভিযোগ উঠিছে৷
কিশোৰৰ উন্নত চিকিৎসাৰ বাবে অনুৰাগী আৰু শিল্পীসকলে পাৰ্যমানে চেষ্টা কৰিছিল।
গোচৰ ৰুজু কৰা হৈছে
July 4, 2022