এই বৈঠকতে অগপ আৰু ইউপিপিএলক কোন কেইটা সমষ্টি বিজেপিয়ে এৰি দিব চূড়ান্ত কৰা হ’ব।এই তালিকা বিজেপিয়ে ৫ মাৰ্চত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰিব।
Read Moreমতাপুং মাগুৰি বিলৰ বুকুৰ পৰা তৈল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬ নং লাইনত বিলৰ নিচেই কাষতে অইলে খাদ সম্প্ৰসাৰণৰ পূৰ্ণ প্ৰস্তুতি চলোৱা বিষয়টোত সদৌ মৰাণ ছাত্ৰ সন্থা ক্ষোভিত হৈ পৰিছে।
Read Moreডাঃ কটকীয়ে কয় যে পৌৰ নিগম কৰ্তৃপক্ষ সমূহে ২০১৭ চনৰ ২১ ছেপ্টেম্বৰৰ গৃহ আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ পৰামৰ্শ ৰূপায়ন কৰিব লাগে, যাতে ধঁপাত বিক্রেতাসকলক অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত সুব্যৱস্থা তথা নিয়ন্ত্ৰণ কৰিব পাৰি।
Read More