আমি এনেকৈয়ে একেলগে মহামাৰীৰ বিৰুদ্ধে যুঁজত জয়ী হ'ম ।
জলবায়ু পৰিবৰ্তনৰ প্ৰেক্ষাপটত হোৱা অসুবিধা আৰু জটিলতা সমুহ প্ৰশমিত কৰাৰ ওপৰত বিশেষভাবে আলোচনা কৰা হয় ।
ডেনমার্ক আৰক্ষীয়ে জনোৱা মতে, শ্বপিং মলটোৰ ভিতৰত জধেমধে ধাৰাষাৰ গুলীবৰ্ষণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগত এজন ২২ বছৰীয়া ডেনিছ নাগৰিকক আটক কৰা হৈছে ।
তেঁওলোকে আনকি বিজেপিত সোমাই দলৰ শীৰ্ষ নেতৃত্বক হত্যা কৰাৰো ষড়যন্ত্ৰও কৰিছিল।
ইয়াৰোপৰি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃত ১২ জন লোকৰ পৰিয়ালক ২ লাখকৈ আৰু আহত তিনিজনক ৫০ হাজাৰকৈ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে ৷
ছোনিয়াই ইণ্ডো-নেপাল ফুটছাল প্ৰতিযোগীতাতো নিজৰ পাৰদৰ্শিতা দেখুওৱাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ফুটছাল খেলি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ৷
বাণিজ্য আৰু উদ্যোগ বিভাগৰ সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত মেঘালয়ক এই সন্মান প্ৰদান কৰা হৈছে।
তাৰ পিছত কুকুৰটোৱে খেদি অহা দেখি তাক লোহাৰ ৰদেৰে মূৰত কোবাই হত্যা কৰিছিল ।
July 4, 2022