Classifieds
View All
: ২০২১ চনৰ খেলো ইণ্ডিয়া য়ুথ গেমছৰ বাবে দেশৰ ক্ৰীড়া মন্ত্ৰালয়ে চাৰিটাকৈ স্থানীয় খেল অন্তৰ্ভুক্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে ২০২১ চনৰ খেলো ইণ্ডিয়া য়ুথ গেমছ হাৰিয়ানা অনুষ্ঠিত হ’ব ৷ নতুনকৈ অন্তৰ্ভুক্ত হ’ব লগা খেলৰ নাম হ’ল গাটকা, কালাৰিপায়ত্তু, থাং-টা আৰু মল্লখাম্বা। নতুনকৈ অন্তৰ্ভুক্ত হোৱা চাৰিবিধ খেলে দেশৰ চাৰি অঞ্চলক প্ৰতিনিধিত্ব কৰে
Read More