স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ বাবে ভিন্ন তথা স্বাস্থ্যকৰ খাদ্যশস্য উৎপাদন প্ৰক্ৰিয়াত সহযোগিতা আদায়ৰ বাবে গ্ৰাম্য মহিলাৰ জীৱিকা অৰ্জনৰ লগতে সকলোৰে বাবে খাদ্য সুৰক্ষাৰ নিশ্চিতকৰণ অতি জৰুৰী।
নৰৱে’ৰ ন’বেল বঁটা সমিতিয়ে কয় যে, প্ৰকাশৰ স্বাধীনতা আৰু তথ্য প্ৰাপ্তিৰ স্বাধীনতা গণতন্ত্ৰৰ প্ৰতিৰক্ষাৰ লগতে যুদ্ধ আৰু সংঘাত প্ৰতিৰোধৰ পূৰ্বচৰ্ত।
যোগ শব্দটো সংস্কৃত শব্দ 'য়ুজ' ৰ পৰা আহিছে,ইয়াৰ অৰ্থ হৈছে একত্ৰিত কৰা
ৰূপকোঁৱৰৰ তামোলবাৰীৰ বাসগৃহ "জ্যোতি তীৰ্থ"সম্পূৰ্ণ হোৱাৰ পথত
PEC appreciates the initiative of Indian federal government along with many provincial authorities for sanctioning financial assistance to the families of Covid-19 victims among journalists.
‘কাল বলুকাত খোজ’ থৈ গ’লগৈ অসমীয়া কথা-সাহিত্যৰ অন্যতম কাণ্ডাৰী লক্ষ্মী নন্দন বৰা
ধূম্ৰপায়ী লোক এজনৰ কভিড হ'লে ৰোগে অধিক জটিল ৰূপ ধাৰণ কৰে আৰু মৃত্যুৰ আশংকা দুগুণে বঢ়াই তোলে ।
March 2, 2023