গীতাই অৰ্থনীতি পঢ়িবলৈ বাচি লোৱাৰ কাহিনীও চমকপ্ৰদ। ১৯৮৯-১৯৯২ চনলৈ ভাৰত এক অৰ্থনৈতিক সংকটৰ মাজেদি গৈছিল। তেতিয়াই আন্তঃ ৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ সাহায্য আহি পৰিছিল। সেই কথাই গীতাক অৰ্থ্নীতিৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল আৰু সেয়াই অধ্যয়নৰ বাবে অনুপ্ৰেৰণা যোগাইছিল। গীতাই প্ৰকাশ কৰে যে নিজৰ ধ্যান-ধাৰণাৰ প্ৰতি তেওঁৰ অন্তৰ্নিহিত শক্তি, বিশ্বাস আৰু নিজৰ সামৰ্থ্যৰ মাজেৰে আগবাঢ়ি যোৱাৰ সক্ষমতাই তেওঁৰ সমল।
Read Moreবৃদ্ধাৱস্থাৰ আৱেগিক, মনঃসামাজিক তথা আন তেনে সমস্যাকলৈ বিশেষ কোনো তথ্য সংগ্ৰহ বা গৱেষণা আজিলৈকে হোৱা নাই। বৃদ্ধাৱস্থাৰ যতন দিয়া(care giving)ৰ ক্ষেত্ৰত চৰকাৰৰ কোনো নীতি বা সাহায্যমূলক হস্তক্ষেপৰ ব্যৱস্থা বা চিন্তা চৰ্চা নাই।
Read Moreজীৱিকা, ব্যৱসায় অথবা পঢ়া-শুনা আদি বিভিন্ন কাৰণত যুৱ প্ৰজন্মই নিজা ঠাই এৰি আন ঠাইত থাকিব লগীয়া হয় যাৰ কোনো গত্যন্তৰ নাই। এনেদৰে অকলশৰে থাকিবলগীয়া হোৱা জ্যেষ্ঠসকলৰ সামাজিক সুৰক্ষা কি দৰে সুনিশ্চিত কৰিব পৰা যায় তাক চিন্তা কৰাৰ সময় সমাগত। সমাজ আৰু চৰকাৰ সকলোৱেই এই ক্ষেত্ৰত হাত উজান দিব লাগিব।
Read MoreThe national executive committee meeting of the Indian Journalists Union (IJU), which concluded on Sunday in the capital city of Telangana, discussed various burning issues concerning the practitioners of journalism across India and emphasized on effective safety & security to journalists, reforms in Press Council of India (PCI) and basic minimum facilities to the media fraternity sustaining the spirit under freedom of the press to serve the largest democracy on the globe.
Read More