অসমৰ শিক্ষাৰ ক্ষেত্ৰখনলৈ আমি যদি মন কৰো দেখিম যে ক'ভিডৰ সময়ছোৱাত শিক্ষা ব্যৱস্থা, শিকণ পদ্ধতি/ শিকণ কৌশল আদিৰ ওপৰত যিমান চিন্তা-চৰ্চা বা পৰীক্ষা-নিৰীক্ষা চলি আছে, সম্ভৱতঃ আগতে কেতিয়াও ইমান কম সময়ত শিক্ষা ক্ষেত্ৰখনত ইমান ব্যাপক আলোচনা হোৱা নাছিল।
Read Moreতেওঁ ফৌজদাৰী ক্ষেত্ৰখনতো চমকপ্ৰদ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। বিশিষ্ট আইনজ্ঞ, অসমৰ প্ৰাক্তন মহাধিবক্তা শ্ৰী পি কে গোস্বামীয়ে শৰ্মাৰ মৃত্যুত গভীৰ দুখ আৰু শোক প্ৰকাশ কৰি কয় যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কহিমা বেঞ্চখনক এক গতি প্ৰদান কৰি সণ্জীবিত কৰি ৰখাৰ সম্পূৰ্ণ কৃতিত্ব সদ্যপ্ৰয়াত ভবেনশৰ্মাৰ।
Read More