২০০৭ চনৰ টি২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়া বিজয়ী হোৱাত ইউচুফ পাঠানে অন্যতম অৰিহণা আগবঢ়াইছিল।বেটিঙৰ লগতে স্পীনাৰ হিচাপেও আছে ইউচুফ খানৰ দক্ষতা।
Read MoreAn ardent fan on Wednesday breached the bio-bubble and security protocol on day one of the ongoing third Test between India and England as he entered the field of play to meet skipper Virat Kohli.
Read Moreই ষ্টেডিয়ামখনতে কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে ১৯৮৭ চনত পাকিস্তানৰ বিৰুদ্ধে খেলি ১০হাজাৰ ৰাণ অতিক্ৰম কৰিছিল।এই ষ্টেডিয়ামতে কপিলদেৱে ৪৩২সংখ্যক টেষ্ট উইকেট দখল কৰিছিল আৰু ইয়াৰ জৰিয়তে ১৯৯৪চনত তেওঁ বিশ্বৰ সৰ্বাধিক উইকেট দখলকাৰীৰ খিতাপ অৰ্জন কৰিছিল।
Read More