সভাই গুৱাহাটীত ৰাজ্যিক যুৱ ক্ৰীড়া, যোৰহাটত ৰাজ্যিক ক্ৰীড়া, মুখ্যমন্ত্ৰীৰ অসম বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে আৰু অলিম্পিক দিৱসৰ দিনা কটন কলেজত ক্ৰীড়া কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা তথা শ্ৰেষ্ঠ ক্ৰীড়া সংগঠকক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Read More