এম্মা ৰাডুকানু, অন্ছ জেবিউৰ আৰু ছেৰেনা উইলিয়ামছৰ প্ৰদৰ্শনো লক্ষণীয় হ'ব।
প্ৰমাণ কৰিব লাগিব
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা পেচাৰদ্বয় উমৰান মালিক আৰু অৰ্শদ্বীপ সিঙক আয়াৰলেণ্ড ভ্ৰমণৰত দলত আছে।
শেহতীয়াকৈ চলিত বৰ্ষৰ মাৰ্চত আৰব সাগৰৰ গেটৱে অৱ ইণ্ডিয়া মুম্বাইৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ মাত্র ৫৩ ঘণ্টাত ২০০ কিলােমিটাৰ সাঁতুৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।
লেইচেষ্টাৰশায়াৰ কাউণ্টি ক্লাবত অনুষ্ঠিত ৪ দিনীয়া অনুশীলন খেলখনৰ তৃতীয় দিনা ভাৰতৰ অধিনায়কজনে খেলপথাৰত অৱতীৰ্ণ হোৱা নাছিল।
তেওঁক পাহৰি গৈছে
অভিজ্ঞ ডিফেণ্ডাৰ দীপ গ্ৰেচ এক্কাক দলটোৰ সহঃঅধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
১৫ বছৰ সম্পূর্ণ কৰিছে
নেহেৰু ষ্টেডিয়ামত সামৰণি পৰে
আনহাতে, ৰেলৱে দলক প্রতিনিধিত্ব কৰা অসমৰে আন এগৰাকী খেলুৱৈ পপী হাজৰিকাই স্বর্ণপদক জয় কৰে প্ৰতিযোগিতাখনত।
July 4, 2022