বিশ্বৰ প্ৰথম স্থানৰ পুৰুষ খেলুৱৈ আলকাৰেজেও আঘাতৰ বাবে অষ্ট্ৰেলিয়ান অ'পেন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Khanshree Brahma became the ladies' champion this year while Ooma Tewari Tariang finished runner-up.
উল্লেখ্য যে, ২০২২ চনৰ জুলাই মাহত মিৰ্জাই উইম্বলডনত অন্তিমখন খেল খেলিছিল আৰু অল ইংলেণ্ড ক্লাবত ডিফেণ্ডিং চেম্পিয়ন নীল স্কুপস্কি আৰু ডেচিৰে ক্ৰ’চিকৰ বিৰুদ্ধে মিক্সড ডাবলছৰ ছেমি ফাইনেল মেচত পৰাস্ত হৈছিল।
চিকিৎসকৰ দলে নিৰীক্ষণ কৰি থাকিব
গাৰ্হস্থ্য কন্দলৰ অভিযোগত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে।
৩০ৰ পৰা ৩২হাজাৰটা টিকট বিক্ৰীৰ লক্ষ্য লৈছে অসম ক্ৰিকেট সন্থাই।
For the first time the Army 4 Corps (GTA Solmara) is opening up their golf course for a civilian golf event.
ওড়িশা ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমে (আইডিচিঅ') নিৰ্মাণ কৰা ষ্টেডিয়ামখনৰ যোৱা ২০২১ চনৰ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী নবীন পাটনায়কে আধাৰশিলা স্থাপন কৰিছিল ৷
ভাৰতৰ এই পৰাজয় মূলতে আছিল টপ অৰ্ডাৰ বেটছমেনৰ নিৰাশাজনক প্ৰদৰ্শন আৰু বলিং ইউনিটৰ বিফলতা ।
অন্যহাতে ভাৰতৰ সূর্যকুমাৰ যাদৱক বছৰৰ শ্ৰেষ্ঠ পুৰুষ টি-২০ ক্ৰিকেটাৰৰ বাবে শটলিষ্ট কৰা হৈছে আৰু আৰ্শদীপ সিঙক বছৰৰ শ্রেষ্ঠ উদীয়মান খেলুৱৈৰ বাবে শর্টলিষ্ট কৰা হৈছে।
January 29, 2023