২১ মাহৰ বাবে নিষিদ্ধ কৰে
ইউ এছ টি এমত হ'ব স্পোৰ্টস ভিলেজ: পূব মণ্ডল আন্তঃবিশ্ববিদ্যালয় প্ৰতিযোগিতাত আচাৰ্য
বাংগালুৰুত আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ এটা টেষ্ট শতক অৰ্জন কৰাৰ পিছত ভাৰতীয় দল পৰিচালনা সমিতিয়ে অষ্ট্ৰেলিয়াত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচৰ অন্তত বিজয়ক বাদ দিয়াৰ সিদ্ধান্ত লয়।
ফিন এলেন, ডেভন কনৱে, ব্ৰেচৱেল সুন্দৰ ফৰ্মত। গতিকে টীম ইণ্ডিয়াই আজি কেনে খেল প্রদর্শন কৰে সেয়া হ'ব লক্ষণীয়।
এই বঁটাৰ দৌৰত আছিল ইংলেণ্ডৰ ছেম কুৰান, পাকিস্তানৰ মহম্মদ ৰিজৱান আৰু জিম্বাবুৱেৰ অলৰাউণ্ডাৰ ছিকণ্ডৰ ৰাজা।
অনবদ্য বেটিঙৰ বাবে স্মৃতি মান্ধানাই প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে।
বিলাসী বাহন, ঘড়ী আছে
অন্তিম-১৬ৰ এখন মেচত আৰ গেমকেৰ হাতত ১৬-২১, ২১-১৫, ২১-১৮ ব্যৱধানত পৰাস্ত হয় লক্ষ্য।
কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিব
১৬ খন খেলৰ চুটি কেৰিয়াৰত আমলাই আই পি এলত দুটাহে শতক অৰ্জন কৰিছিল।
March 2, 2023