ৰক্তাক্ত হৈ পৰিছে ম্যানমাৰ। প্ৰতি দিনেই দেশখনৰ সেনাৰ গুলীত নিহত হৈছে বহু সংখ্যাক প্ৰতিবাদকাৰী। পৰিস্থিতি ইমানেই শোচনীয় হৈ পৰিছে যে, নিজা ঘৰ মাটি এৰি এতিয়া নিৰাপদ স্থানলৈ পলাবলৈ বাধ্য হৈ পৰিছে দেশখনৰ সাধাৰণ জনতা।
বয়স আৰু স্বাস্থ্যৰ স্থিতিৰ তথ্য সংগ্ৰহ কৰিবলৈ লোকপিয়লৰ বাবে ২০০ জন লোক আৰু ৪০ টা হাতী সংগ্ৰহ কৰা হৈছিল।
তদন্ত সম্পূৰ্ণ নোহোৱালৈকে আৰু ক্ষতিপূৰণ পৰিশোধ নকৰালৈকে জাহাজখন ইজিপ্ততে থাকিব ।
২৫৯ টকীয়া ভোলৰ জাৱৰ
বৰ্তমানৰ মিছ ৱৰ্ল্ডে প্ৰহাৰ কৰিলে মিছ শ্ৰী লংকাক
They first laid eyes on each other in 1939.
Prince Philip dies at 99.
২০২১ চনৰ ৫ এপ্ৰিলত ভাৰত চৰকাৰৰ অনুদান সাহায্যৰ অধীনত এই চুক্তিখন স্বাক্ষৰিত হৈছিল।
বাংলাদেশী লেখিকাগৰাকীয়ে টুইটাৰযোগে তেওঁৰ এই মতামত প্ৰচাৰ কৰিছিল।
April 21, 2021