FlightAware.com কৈছে যে কালিলৈকে ১,২০০ তকৈও অধিক বিমান বাতিল কৰা হৈছে। ১৭,০০০ ৰো অধিক বিমানৰ উৰণ বিলম্বিত হৈছে।
সকলো তথ্য ডিজিটেলভাৱে উপলব্ধ হ'ব
পাচলি যোগানত সমস্যা আহি পৰিছে
১৬ শতাংশ প্ৰাপ্তবয়স্কই ধূমপান কৰে
দেশখনৰ মানুহক ধ্বংস কৰিবলৈ গৈ আছে
এনে পৰিস্থিতিত পাকিস্তানে কেনেকৈ বিত্তীয় সংকটৰ পৰা ৰক্ষা পৰে সেয়া লক্ষণীয় হ’ব। দেশখনে এক দীৰ্ঘম্যাদী সুৰক্ষিত বিত্তীয় নীতি অবিহনে সংকট মোচন কৰাটো সম্ভৱ নহয় বুলিও কোৱা হৈছে।
কাৰণটো পোহৰলৈ আহিছে
আটাইতকৈ কম মূল্যত পোৱা যায়
দুগুণ ডাঙৰ হ'ব
অঞ্চলবোৰত উপস্থিত হোৱাৰ সময়ত অন্তকিয়া চহৰৰ ৰাস্তাত ভয় আৰু আতংকই বিৰাজ কৰিছিল য’ত বেয়াকৈ ক্ষতিগ্ৰস্ত অট্টালিকাৰ দেৱালবোৰ খহি পৰিছিল।
March 2, 2023