comments
গুৱাহাটী মহানগৰীৰ মহাপুৰুষ মাধৱদেৱ পথৰ শ্ৰীমন্ত শংকৰ নগৰত "এডুফ্লেয়াৰ ছ'চায়িটী" উদ্যোগত নগৰখনৰ সকলো পথ , নামঘৰ আৰু কাৰ্য্যালয় চৌহদ পৰিষ্কাৰ কৰা হয়। এই "স্বচ্ছ ভাৰত" অভিযানৰ লগত সংগতি ৰাখি "এডুফ্লেয়াৰ একাডেমি "ৰ নতুন বছৰৰ কেলেন্ডাৰ বিতৰণ কৰা হয়।