comments
নেশ্বনেল ফাৰ্মা প্ৰাইচিং অথৰিটীয়ে ঔষধৰ মূল্য হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে । ফাৰ্মা লবী গ্ৰুপ আৰু ফাৰ্মা উদ্যোগৰ প্ৰতিনিধিৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত ঔষধৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। কৰ্কট ৰোগৰ ঔষধৰ মূল্য হ্ৰাস কৰিবলৈ চেষ্টা কৰি থকা হৈছে। ট্ৰেড মাৰ্জিন ৩০ শতাংশ ধাৰ্য কৰা হৈছে। সিদ্ধান্ত অনুসৰি ঔষধত এতিয়াৰ পৰা ৩০ শতাংশ লাভহে ল’ব লাগিব ফাৰ্মা কোম্পানী সমূহে।