Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৩ ছেপ্টেম্বৰ:পুনৰ জনতাৰ ওপৰত চৰকাৰ মাধমাৰ।নৱেম্বৰলৈকে নকমে আলু-পিয়াঁজৰ মূল্য।
গুৱাহাটীৰ জনতা ভৱনত চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববীয়াৰ সৈতে হোৱা বৈঠকৰ পিছতেই খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এই মন্তব্য কৰিছে।
যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে,"উৎসতেই আলু-পিঁয়াজৰ দাম বাঢ়িছে।যিহেতু উৎসতেই আলু-পিঁয়াজৰ মূল্য বৃদ্ধি পাইছে,সেয়ে নৱেম্বৰলৈ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা নাই।
এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ যোগান বিভাগে নিৰ্ধাৰণ কৰিব মিঠাতেলৰ মূল্য।"
Comments