Classifieds
View All
গুৱাহাটী , ১০ অক্টোবৰ: জম্মু কাশ্মীৰত শনিবাৰে সংগঠিত হোৱা দুটাকৈ সংঘৰ্ষত চাৰিজন সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সুৰক্ষা বাহিনীয়ে ।
পুলৱামা'ৰ দদ'ৰত সংঘটিত হোৱা সংঘৰ্ষত দুজন আৰু কুলগ্ৰাম জিলাত সংগঠিত হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদীক মুঠ ৪জন সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিছে জম্মু কাশ্মীৰৰ আৰক্ষীয়ে ।
#PulwamaEncounterUpdate: 02 unidentified #terrorists killed. #Incriminating materials, #arms & ammuniton including 02 AK rifles recovered. Search going on. Further details shall follow. @JmuKmrPolice https://t.co/EEauuFOZnf
— Kashmir Zone Police (@KashmirPolice) October 10, 2020
Comments