Cartoon
View Older
গুৱাহাটী , ১২ অক্টোবৰ: আজি আই পি এলৰ ২৮নং খেলত মুখামুখি হব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছ ।
আজিলৈ দুয়োটা দলে মুঠ ২৪ বাৰ মুখামুখি হৈছে য’ত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ১০ বাৰ আৰু কলকাতা নাইট ৰাইডাৰ্ছ ১৪ বাৰ বিজয়ী হৈছে ।
আই পি এল ২০২০ত বৰ্তমানলৈ দুয়োটা দলেই ৪খন খেলত বিজয়ী হৈ ৮ পইণ্টৰে তৃতীয় আৰু চতুৰ্থ স্থানত আছে ।
যদিহে আজি বৃহৎ ব্যৱধানত কলকাতা নাইট ৰাইডাৰ্ছ বিজয়ী হয় তেন্তে শীৰ্ষ স্থান দখল কৰিব পাৰিব ।
উল্লেখ্য যে আজিৰ খেলৰ পিছতেই আই পি এল ২০২০ত প্ৰত্যেকটো দলে লীগ পৰ্য্যায়ত নিজৰ ৫০% খেল সম্পূৰ্ণ কৰিব ।
Comments