Cartoon
View Older
গুৱাহাটী , ১২ অক্টোবৰ: আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তিৰ প্ৰশ্নকাকত কেলেংকাৰীত অভিযুক্ত দিবন ডেকাক আজি ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতে ।
৩০ ছেপ্টেম্বৰৰ নিশা অসম আৰক্ষীয়ে দিবন ডেকাক গ্ৰেপ্তাৰ কৰিছিল ।
প্ৰথম ৫টা দিন ক্রাইম ব্রাঞ্চ আৰু তাৰ পিছত ৬টা দিন চি আই ডিয়ে দিবন ডেকাক নিজৰ জিম্মাত লৈছিল ।
বৰ্তমান সময়লৈ এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ৪৬জন ব্যাক্তি গ্ৰেপ্তাৰ কৰা হৈছে ৷
Comments