Cartoon
View Older
গুৱাহাটী , ১২ অক্টোবৰ: যোৰহাট জিলা সত্ৰ ন্যায়ধীশৰ ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে ডাক্তৰ দেবেন দত্তৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আজি ৰায়দান প্ৰদান কৰে ৷
এই ঘটনা সন্দৰ্ভত মুঠ ৩২জন ব্যাক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ৩২জন অভিযুক্তৰ এজন অভিযুক্ত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে মৃত্যু হৈছিল ৷
আজি আদালতে মুঠ ৩১জনৰ ভিতৰত ২৫ জন ব্যক্তিত হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰিছে আৰু ৬জনক দোষমুক্ত ঘোষণা কৰে ৷ দোষী ২৫ জন ব্যাক্তিৰ শাস্তিৰ অহা ১৯ অক্টোবৰত ঘোষণা হ’ব ৷
Comments