Classifieds
View All
গুৱাহাটী , ১২ অক্টোবৰ: কামৰূপ মহানগৰ জিলাত অহা ১২ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ ক'ভিড ১৯ পৰীক্ষাৰ বাবে বিশেষ শিবিৰ আয়োজন কৰা হৈছে ।
কামৰূপ মহানগৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰাধিকৰণৰ উপ-আয়ুক্তৰ এক নিৰ্দেশ অনুসৰি এই শিবিৰত বিভিন্ন খণ্ডৰ লগত জড়িত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন পৰ্য্যায়ৰ বিষয়া তদুপৰি ব্যক্তিগত খণ্ড, দোকান, গুদাম আদিত কৰ্মৰত ব্যাক্তি, ফ্লেট নাইবা নিজা ঘৰত থকা ব্যক্তিসকলে এই শিবিৰত আহি নিজৰ ক'ভিড পৰীক্ষা কৰিব পাৰিব ।
Comments