Classifieds
View All
গুৱাহাটী , ১২ অক্টোবৰ: হিন্দী চিনেমা জগতত বদনাম কৰিব বিচৰাৰ অভিযোগ তুলি ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামী আৰু প্ৰদীপ ভাণ্ডাৰী লগতে টাইমছ নাওৰ নভিকা কুমাৰ আৰু ৰাহুল শিৱশংকৰৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ দিছে বলীউদৰ বহু তাৰকাই ।
এই গোচৰত সহযোগ আগবঢ়াইছে তাৰকা শ্বাহৰুখ খান, অজয় দেৱগন, ছলমান খান, আমিৰ খান ,কৰণ জোহৰ, অক্ষয় কুমাৰ, আদিত্য চোপ্ৰা, ফাৰহান আখতাৰ, জয়া আখতাৰ দৰে ডাঙৰ ডাঙৰ প্ৰযোজকে ।
ৰিপাব্লিক টিভি আৰু টাইমছ নাওয়ে বলীউদৰ বিৰুদ্ধে বিভিন্ন অপশব্দৰ ব্যৱহাৰ আৰু এই উদ্যোগক বদনাম কৰাৰ অভিযোগ তোলা হৈছে ।
Comments