Classifieds
View All
গুৱাহাটী, ১৯ অক্টোবৰ : অসমৰ বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অৱসৰ ল’ব বুলি কৰা ঘোষণাৰ আজি প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ আছুৰ মজিয়া ত্যাগ কৰিম বুলিহে কৈছে, ত্যাগ কৰা নাই । তেওঁ আছু ত্যাগ কৰাৰ পিছত এই বিষয়ত মন্তব্য দিয়াটো উচিত হব ৷
সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ সতীৰ্থ সকলে যদি জোৰ কৰে তেন্তে থাকি যাবও পাৰে ।
Comments