Cartoon
View Older
গুৱাহাটী, ১৯ অক্টোবৰ : মোবাইল এপ ‘টিক টক’ক পাকিস্তানত নিষিদ্ধ হোৱাৰ ১০টা দিন পিছত পুনৰ এবাৰ পাকিস্তান চৰকাৰৰ নিৰ্দেশত জনতাৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছে ।
যিহেতু পাকিস্তানৰ ওপৰত চীনে প্ৰভাৱ বিস্তাৰ কৰো আছে তেনে প্ৰভাৱৰ হেঁচাত টিকটক পুনৰ মুকলি কৰি দিবলৈ পাকিস্তান চৰকাৰ বাধ্য হৈছে বুলি বিভিন্নজনে দাবী কৰিছে ।
ভাৰতত ২৯জুনত টিকটক নিষিদ্ধ কৰা হৈছিল ৷
Comments