Classifieds
View All
গুৱাহাটী, ২১ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰে ৩০লাখ নন-গেজেটেড কৰ্মচাৰীক ব’নাচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই কামৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ খৰচ হব প্ৰায় ৩,৭৭৩ কোটি টকা ।
এই কথা আজি জানিবলৈ দি প্ৰকাশ জাভেদকৰে কয় যে এই ব’নাচ বিজয়া দশমীৰ আগত "ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ" যোগে সকলোকে দিয়া হ’ব ।
Comments