Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ৫ নৱেম্বৰ:স্কুলৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি৷ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীত এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷
উল্লেখযোগ্য যে,ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত স্মৃতি তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,"ভূপেনদাৰ কৰ্ম আৰু সৃষ্টিৰ পাঠ গ্ৰহণ কৰিব লাগিব ৰাজ্যৰ শিক্ষাৰ্থীয়ে৷
সুধাকণ্ঠৰ কৰ্মৰাজিৰ জ্ঞান অবিহনে সম্পূৰ্ণ নহয় স্কুলীয়া শিক্ষাৰ্থীৰ পাঠ৷শিল্পী সমাজৰ উন্নয়ন হ’ব লাগিলে কেতিয়াও এককভাৱে নহয়, তাৰ বাবে লাগিব সমন্বয়৷"
Comments