Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ৫ নৱেম্বৰ:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাষত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল।তৰুণ গগৈৰ খবৰ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে।তৰুণ গগৈৰ খবৰ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে,
"পুত্ৰ হিচাপে মই তৰুণ গগৈৰ খবৰ ল’বলৈ আহিছো।ভগৱানৰ ওচৰত তেখেতৰ আশু আৰোগ্য প্ৰাৰ্থনা কৰিছো।আমি একেলগে জনতাৰ উন্নয়নৰ বহু কাম কৰিব বাকী আছে।তেখেতে মোৰ সৈতে ফৰকাল মনেৰে কথা পাতিলে।"
Comments