Cartoon
View Older
গুৱাহাটী, ১১ নবেম্বৰ: ‘জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়’(জেএনইউ) চৌহদত নিৰ্মিত স্বামী বিবেকানন্দৰ এটি প্ৰতিমূৰ্তি ১২ নবেম্বৰ, কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আবেলি ৬.৩০বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আনুষ্ঠানিক ভাবে উন্মোচন কৰিব।
অনুষ্ঠানত শিক্ষা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীও উপস্থিত থাকিব । উল্লেখ্য যে যোৱাবছৰ উক্ত কেম্পাছতে স্বামী বিবেকানন্দৰ প্ৰতিমূর্তিত কিছু ব্যক্তিয়ে আক্ৰমণ কৰি প্ৰতিমূৰ্তিৰ ক্ষতি কৰাৰ লগতে তাত বিভিন্ন প্ৰতিবাদী শ্ল’গান লিখিছিল ৷
Comments