Cartoon
View Older
গুৱাহাটী, ১১ নবেম্বৰ: আজি উচ্চতম ন্যায়ালয়ত জামিন লাভ কৰাৰ পিছত অৰ্ণৱ গোস্বামীক তাল’জা জেলৰ পৰা নিশা ৮.২০ বজাত জামিনত মুক্তি দিয়া হ’য় ৷ জেলৰ পৰা মুক্তি পোৱাৰ পিছতে জনতাক উদ্দেশ্য বন্দে মাতৰম, ভাৰত মাতা কি জয় ধ্বনি দিয়ে অর্ণৱ গোস্বামীয়ে অৰু কয় যে এয়া ভাৰতৰ জনসাধাৰণৰ জয় ৷ উল্লেখ্য যে উক্ত জেলৰ সন্মুখত বহু জনতাই অৰ্ণৱ গোস্বামীক চাবলৈ ভিৰ কৰে ৷
Comments